ৰাষ্ট্ৰীয়

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰে মুখ্যমন্ত্ৰীজনে।ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ প্ৰেৰণ হেমন্ত ছোৰেনৰ। তাৎক্ষণিকভাৱে বিধায়িনী দলৰ বৈঠকৰ আহ্বান হেমন্ত...

জ্ঞানবাপী মছজিদৰ ছীল কৰা বেছমেণ্টত পূজা কৰিব পাৰিব হিন্দুসকলে

উত্তৰ প্ৰদেশৰ বাৰানসীৰ জ্ঞানবাপী মছজিদৰ ছীল কৰা বেছমেণ্টত পূজা কৰিব পাৰিব হিন্দুসকলে। বুধবাৰে এই ৰায় দিয়ে বাৰানসীৰ আদালতে। আদালতৰ ৰায়ত উল্লেখ কৰা মতে জ্ঞানবাপী...

শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটলৈ

দেশৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট। স্বামী-স্ত্ৰী দুয়ো লাভ কৰিলে ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান। এই বঁটা...

যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্টয’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ অংককংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দুঠাইত গৌৰৱ গগৈৰ...

অতি শীঘ্ৰে প্ৰযোজ্য হ’ব CAA

বিতৰ্কৰ মাজতে CAA কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ তৎপৰতাবাজেট অধিবেশনতে CAAৰ ধাৰা উত্থাপনৰ পৰিকল্পনা!সংসদীয় অনুমোদন পালেই ‘গেজেট নটিফিকেশ্যন’ নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAAৰ নাম আহিলেই জ্বলি...

Popular