বাহনক লৈ নতুন নিয়ম, ১৫ বছৰ পুৰণি পেট্ৰ’লচালিত বাহনক দিয়া নহয় ইন্ধন

আজিৰে পৰা ৰাজধানী দিল্লীত বাহনক লৈ নতুন নিয়ম জাৰি কৰা হৈছে। নিয়ম অনুসৰি, ১৫ বছৰ পুৰণি পেট্ৰ’লচালিত বাহনক দিয়া নহয় ইন্ধন। আনফালে ১০ বছৰ পুৰণি ডিজেলচালিত বাহনকো দিয়া নহয় ইন্ধন। দিল্লীৰ সকলো পেট্ৰ’ল পাম্পতে দিয়া হৈছে এই জাননী। দিল্লীৰ ৩০০ৰো অধিক পেট্ৰ’ল পাম্পলৈ এই জাননী দিয়া হৈছে। ৰাজপথত পুৰণি বাহন উলিয়ালেই ভৰিব লাগিব জৰিমনা। পুৰণি বাহন উলিয়ালেই ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। দিল্লীৰ প্ৰতিটো পেট্ৰ’ল পাম্পতে ইতিমধ্যে দিল্লী আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...