ৰাষ্ট্ৰীয়

সুদীর্ঘ ৩৭ বছৰৰ পাছত সেনা মেডেল বঁটা বিজয়ীসকলে লাভ কৰিব বিনামূলীয়াকৈ AC ৰে’লত ভ্ৰমণৰ সুবিধা

সশস্ত্ৰ বাহিনীৰ বীৰত্ব পদকপ্ৰাপকসকলৰ বাবে বিশেষ সুবিধা ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। সেনা পদক, নৌসেনা পদক আৰু বায়ুসেনা পদকপ্ৰাপকসকলে এতিয়াৰে পৰা ভাৰতীয় ৰে’লৱেত আজীৱন বিনামূলীয়াকৈ যাত্ৰা...

‘আপোনাৰ সুস্বাস্থ্য, শক্তি আৰু সফলতা কামনা কৰিছোঁ’ — মোদীক জন্মদিনৰ শুভেচ্ছা মেল’নিৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬সংখ্যক জন্মদিন উপলক্ষে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিয়ে জনালে আন্তৰিক শুভেচ্ছা। বৃহস্পতিবাৰে সামাজিক মাধ্যম Xৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন...

ছেমিকণ্ডাক্টৰ খণ্ডত ভাৰতৰ নতুন দিগন্ত; নতুন দিল্লীত SEMICON India 2026 সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ দিনাই নতুন দিল্লীৰ যশোভূমিত উদ্বোধন কৰে SEMICON India 2026। তিনিদিনীয়া এই সন্মিলনৰ মূল লক্ষ্য হৈছে ভাৰতত ছেমিকণ্ডাক্টৰ খণ্ডত সহযোগিতা, বিনিয়োগ,...

ৰাষ্ট্ৰপতিৰ ADC হিচাপে নিযুক্ত প্ৰথমগৰাকী মহিলা সেনা বিষয়া মেজৰ নব্যা শেখাৱাট

ভাৰতীয় সেনাৰ মেজৰ নব্যা শেখাৱাটে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ Aide-de-Camp (ADC) হিচাপে নিযুক্ত হোৱা ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা...

ভাৰতত পুনৰ প্ৰৱৰ্তনৰ চাৰি বছৰত চিতা বাঘৰ সংখ্যা ৫২টালৈ বৃদ্ধি

ভাৰতত চিতা বাঘ পুনৰ প্ৰৱৰ্তন কাৰ্যসূচীৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে দেশখনত চিতা বাঘৰ সংখ্যা ৫২টালৈ বৃদ্ধি পাইছে। নামিবিয়া, দক্ষিণ আফ্ৰিকা আৰু বটছোৱানাৰ পৰা...

Popular