ৰাষ্ট্ৰীয়

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন কৰা হৈছে লিভাৰ ট্ৰান্সপ্লাণ্ট বা যকৃত সংৰোপণ অস্ত্ৰোপচাৰ।...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে নিশা ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীকে ধৰি...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ গাঁৱত এগৰাকী মহিলাৰ ডিঙিৰ পৰা বাইকত অহা দুজন যুৱকে সোণৰ চেইন থপিয়াই লৈ উধাও হোৱা...

চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাক কেন্দ্ৰ কৰি উত্তপ্ত পাছিঘাট: আৰক্ষী থানা, NHPC কাৰ্যালয়সহ বহুকেইখন বাহনত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ

অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP)ৰ বিৰোধিতাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদৰ মাজতে পাছিঘাটত আৰক্ষী থানা, NHPCৰ...

ড্ৰাইভিং লাইচেন্সত আহিব বিশেষ পৰিৱৰ্তন: ভাৰতীয় আৰু বিদেশী নাগৰিকসকলক পৃথক কৰিবলৈ বেলেগ বেলেগ ৰঙৰ লাইচেন্সৰ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স (Driving License) নিয়মসমূহ সলনি কৰাৰ পৰিকল্পনা হাতত লৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (MoRTH) এই সন্দৰ্ভত এক খচৰা অধিসূচনা জাৰি...

Popular