ৰাষ্ট্ৰীয়

স্বামীকো লাগে প্ৰেমিককো লাগে…জেদতে মহিলা উঠিলগৈ বিদ্যুতৰ খুঁটাত

প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। প্ৰেম এক স্বৰ্গীয় অনুভূতি। এই প্ৰেমে যদি কেতিয়াবা সৃষ্টি কৰে কেতিয়াবা আকৌ ই ধ্বংসৰো কাৰণ হৈ পৰে। মুঠতে...

কংগ্ৰেছ নেতা ৰাহুল গান্ধী কিমান ধনী?

হাতত ৫৫ হাজাৰ টকা লৈ যুঁজত নামিছে ৰাহুল৫ বছৰত ৪ কোটি ৫০ লাখ টকাৰ সম্পত্তি বৃদ্ধি ৰাহুল গান্ধীৰবৰ্তমান ২০ কোটি ৩৯ লাখ টকাৰ সম্পত্তিৰগৰাকী...

কোচবিহাৰত ‘মোদীৰ গেৰাণ্টি’

‘সকলো পৰিয়ালকে নাগৰিকত্ব প্ৰদান কৰাটো মোদীৰ গেৰাণ্টি’। নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ সময়তে বৃহস্পতিবাৰে পশ্চিমবংগৰ কোচবিহাৰত এক সভাত ভাগ লৈ এই...

অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া

বৃহস্পতিবাৰে অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। দেশৰ ১৩খন ৰাজ্যৰ ৮৯খন আসনৰ বাবে অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰে বিভিন্ন...

অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত থাকিও দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱাত কোনো অসুবিধা নহ’ব কেজৰিৱালৰ। ন্যায়ালয়ৰ মতে মুখ্যমন্ত্ৰী হৈ থাকিবনে নাই...

Popular