ৰাষ্ট্ৰীয়

২৪ ঘণ্টাত দেশত ২,৫৬৮ জনৰ দেহত ক’ভিড

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কভিডত আক্ৰান্ত ২,৫৬৮ জন। ২৪ ঘণ্টাত দেশত ২০ জন ক'ভিড ৰোগীৰ মৃত্যু। ২৭ এপ্ৰিলৰ পৰা দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল...

এন্দুৰে কামুৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীক, লগে লগে হাস্পতালত ভৰ্তি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বান্দা ভ্ৰমণলৈ যোৱাৰ সময়তে অঘটন। তৃণমূল পৰ্যায়ত চৰকাৰী কামকাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে যোৱাৰ সময়তে এগৰাকী মন্ত্ৰীক কামুৰিলে নিগনিয়ে। উত্তৰ প্ৰদেশৰ ক্ৰীড়া আৰু...

ওচৰ চাপি আহিছে বেইজিং টেহৰাণঃ দিল্লী তেল অভিভত উদ্বিগ্নতা

✒️অচিন্ত্য শৰ্মা চলিত ৰুচ-ইউক্ৰেইন যুদ্ধই বহুক্ষেত্ৰত ভাঙি চুৰমাৰ কৰি দিছে সাম্প্ৰতিক বিশ্ব শৃংখলা। মিত্ৰ শত্ৰু হৈছে, পুৰণি শত্ৰু পৰিণতি হৈছে পৰম মিত্ৰত। আৰু নতুন বিশ্ব...

ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনা!

ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনাদুটা ফৈদৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হয় উত্তেজনাপৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনাতাৎক্ষণিকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰিলে জিলা প্ৰশাসনেসকলোকে শান্তি...

সামগ্ৰীৰ মাজত লুকুৱাই কলৈ নিছিল হেণ্ডগ্ৰেনেড, বিমান বন্দৰতে আটক সেনা জোৱানক

শ্ৰীনগৰ বিমান বন্দৰত এজন সেনা জোৱানৰ পৰা এটা হেণ্ড গ্ৰনেড উদ্ধাৰ কৰে বিমান বন্দৰত থকা নিৰাপত্তাৰক্ষীয়ে। শ্ৰীনগৰ বিমানবন্দৰত প্ৰৱেশৰ সময়তে নিৰাপত্তাৰক্ষীয়ে জোৱানজনৰ পৰা উদ্ধাৰ...

Popular