ৰাষ্ট্ৰীয়

উদ্ধাৰ হ’ল জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স

উদ্ধাৰ কৰা হ’ল চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ব্লেক বক্স। দুৰ্ঘটনাস্থলীৰ পৰা তদন্তকাৰী দলে হেলিকপ্টাৰৰ ব্লেক বক্সটো উদ্ধাৰ কৰাৰ পিছতে তদন্তৰ বাবে লৈ...

সাহস, পৰাক্ৰম আৰু মেধাৰ অন্য নাম জেনেৰেল বিপিন ৰাৱাট

সাহস, পৰাক্ৰম আৰু মেধাৰ অন্য নাম জেনেৰেল বিপিন ৰাৱাট। যাৰ ব্ৰজ কঠোৰ সিদ্ধান্ত আৰু সুক্ষ্ম পৰ্যবেক্ষণত থৰকাছুটি হেৰাই শত্ৰু ৰাষ্ট্ৰৰ। অত্যন্ত কঠিন ভাবুকিকো অনায়াসে...

সেনা হেলিকপ্টাৰ দুৰ্ঘটনাত পত্নীসহ CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু

CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুহেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু CDS বিপিন ৰাৱাটৰমিলনাডুৰ কুন্নুৰত দুপৰীয়া ১২.৪০ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাআনুষ্ঠানিক ঘোষণা ভাৰতীয় বায়ুসেনা বাহিনীৰ

বিয়াৰ পূৰ্বে হাস্পতালত অংকিতা লোখণ্ডে, চিকিৎসকে বিশ্ৰাম ল’বলৈ দিলে পৰামৰ্শ

অভিনেত্ৰী অংকিতা লোখণ্ডেৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ। প্ৰতিবেদন অনুসৰি জৰুৰীকালীন অৱস্থাত মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক। যদিও তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ আৰু...

১০খন ছবিয়ে বুজাই দিব কিমান ভয়াৱহ আছিল তামিলনাডুৰ দুৰ্ঘটনা!

তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন MI-17 V5, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল CDS বিপিন ৰাৱাট হেলিকপ্টাৰত আছিল সেনাৰ আন কেইবাজনো শীৰ্ষ বিষয়া। তামিলনাডুৰ নীলগিৰিত সংঘটিত এই...

Popular