ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত আক্ৰমণ কৰিলে ইজৰাইলে। ড্ৰোন ক্ষেপণাস্ত্ৰৰ আঘাতত বিধ্বস্ত হৈ পৰিছে বহু অঞ্চল। ইৰাণ আক্ৰমণত ইজৰাইলক সহযোগ কৰিছে আমেৰিকাই। ইজৰাইলৰ আক্ৰমণৰ পিছতে আত্মগোপন আয়াতোল্লা খামেইনিৰ। ইৰাণত থকা মাৰ্কিন নাগৰিকৰ সুৰক্ষাৰ বাবে আক্ৰমণৰ দাবী কৰিছে ট্ৰাম্পে। ইফালে ইজৰাইলীৰ আক্ৰমণৰ পিছতে বিশেষ সতৰ্কতা ইৰাণৰ। ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ সকিয়নী দিলে ইৰাণে। ইজৰাইলৰ আক্ৰমণৰ পিছতে বিভিন্ন দেশৰ বিমান চলাচলতো বাধাৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে। ইজৰাইলমুখী ভাৰতৰো কেইবাখনো বিমানৰ যাত্ৰা বাতিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...