ৰাষ্ট্ৰীয়

অভিনেত্ৰী কৰীণা কাপুৰৰ বাসগৃহ ছীল, ৰুজু কৰিলে গোচৰ

জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ আৰু অমৃতা অৰোৰা আক্ৰান্ত হৈছে কভিডত। কভিড পজিটিভ পোৱাৰ পিছতে দুয়োৰে বাসগৃহ ছীল কৰিছে প্ৰশাসনে। কৰীণা আৰু অমৃতাই যোৱা কেইদিনমানত...

বাৰানসীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সন্ত গুৰু ৰবিদাস ঘাটত জনালে সেৱা

উত্তৰপ্ৰদেশৰ ধৰ্মীয়স্থল বাৰানসীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বাৰানসীৰ সন্ত গুৰু ৰবিদাস ঘাটত জনালে শ্ৰদ্ধাঞ্জলি। কাশী বিশ্বনাথ কৰিড’ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...

শ্ৰীনগৰত বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীচালনা। শ্বহীদ ২, আহত ১২ জোৱান। প্ৰধানমন্ত্ৰীয়ে বিচাৰিলে সবিশেষ

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। এইবাৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে নিৰাপত্তাৰক্ষীৰ এখন বাছক। নিৰাপত্তাৰক্ষী কঢ়িয়াই নিয়া বাছখনলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত...

ভাৰত কেৱল হিন্দুৰেই নহয়! ৰাহুল গান্ধীক উভতি ধৰিলে আছাদুদ্দিন ওৱেছীয়ে

দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থানৰ ৰাজধানী জয়পুৰত কংগ্ৰেছৰ এক কাৰ্যসূচীত অংশ লৈ হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদৰ ওপৰত কৰিছিল গুৰুত্বপূৰ্ণ মন্তব্য। ‘মই হিন্দু, কিন্তু...

সুদীৰ্ঘ ২১ বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট

ভাৰতৰ সুন্দৰীয়ে অৰ্জন কৰিলে বিশ্বৰ শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছৰ খিতাপ। পঞ্জাৱৰ হাৰনাজ সান্ধুৱে পিন্ধিলে এই মুকুট। সুদীৰ্ঘ ২১টা বছৰৰ মূৰত এই খিতাপ লাভ...

Popular