ৰাষ্ট্ৰীয়

দেশৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰীৰ আজি ওপজা দিন, সাবিত্ৰীবাই ফুলেৰ বিষয়ে জানেনে?

দেশৰ প্ৰথম গৰাকী শিক্ষয়িত্ৰী, ছোৱালী-কিশোৰীৰ বাবে ১৮ খন বিদ্যালয় স্থাপন তথা গোটেই জীৱন মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া বীৰাংগনা সাবিত্ৰীবাই ফুলে। সেইগৰাকী মহিয়সী নাৰীৰ...

অভিনেতা জন আব্ৰাহাম আক্ৰান্ত ক’ভিড, পত্নীৰ দেহতো পোৱা গৈছে ক’ৰণা ভাইৰাছ

নৱবৰ্ষৰ আৰম্ভণিৰে পৰা অব্যাহত আছে ক'ভিডৰ সংহাৰ। ইজনৰ পিছত সিজন তাৰকা আক্ৰান্ত হৈছে মাৰাত্মক ক'ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক'ভিড ভাইৰাছত। পত্নী...

১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ বাবে আজিৰে পৰা ভেকচিন, দেশজুৰি অব্যাহত পঞ্জীয়ন

আজিৰে পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। প্ৰতিখন...

ক’ভিডৰ সংক্ৰমণ: মহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভ

দেশত ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধিমহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভউপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে সদৰী কৰিছে এই তথ্যমহাৰাষ্ট্ৰত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যাঅমিক্ৰনৰ...

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া।...

Popular