ৰাষ্ট্ৰীয়

১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ বাবে আজিৰে পৰা ভেকচিন, দেশজুৰি অব্যাহত পঞ্জীয়ন

আজিৰে পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন। প্ৰতিখন...

ক’ভিডৰ সংক্ৰমণ: মহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভ

দেশত ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধিমহাৰাষ্ট্ৰৰ ১০ মন্ত্ৰী, ২০ বিধায়ক ক’ভিড পজিটিভউপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে সদৰী কৰিছে এই তথ্যমহাৰাষ্ট্ৰত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যাঅমিক্ৰনৰ...

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

দেশত আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদানৰ বাবে আৰম্ভ কৰা হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া।...

১০২.৫০ টকাকৈ হ্ৰাস পালে চিলিণ্ডাৰৰ দাম, বাণিজ্যিক চিলিণ্ডাৰৰ গ্ৰাহকলৈ সুখবৰ

নতুন বছৰত গ্ৰাহকসকলৰ বাবে ভাল খবৰ। ইণ্ডিয়ান অইল কৰ্পোৰেচন চমুকৈ আইঅ'চিয়ে হ্ৰাস কৰিছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ১০২.৫০ টকাকৈ হ্ৰাস কৰিছে। আজিৰে পৰা...

ৰে’লৱেই টিকটৰ সৈতে যাত্ৰীক কি কি সুবিধা দিয়ে জানেনে?

যদি আপুনি ৰে'লত ভ্ৰমণ কৰে, আপোনাৰ বাবে জানিবলগীয়া খবৰ। খুব কম লোকেহে জানে যে ৰে'লৰ টিকটৰ সৈতে একে সময়তে বহুতো সুবিধা লাভ কৰে। এই...

Popular