প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতি, অমিত শ্বাহে গঠন কৰিলে কমিটী

• পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাজনিত সংকট
• বিশেষ অনুসন্ধানকাৰী সমিতি গঠন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে
• সুৰক্ষা বিষয়ক সচিব সুধীৰ কুমাৰ ছাক্সেনাৰ নেতৃত্বত এই সমিতি
• সমিতিত আছে IBৰ যুটীয়া সঞ্চালক বলবীৰ সিং
• লগত আছে SPGৰ মহা নিৰ্দেশক এছ সুৰেশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিদিনীয়া দেশজোৰা বেংক কৰ্মচাৰীৰ ধৰ্মঘট; ধৰ্মঘটৰ পূৰ্বে দেওবাৰে খোলা থাকিব ৰাজহুৱা খণ্ডৰ বেংক

তিনিদিনীয়া দেশজোৰা বেংক ধৰ্মঘটৰ পূৰ্বে সেৱা ব্যাহত নহ’বলৈ ২৭...

আহি আছে ‘অৰ্ণৱ’! কোন কোন ৰাজ্যত প্ৰভাৱ পেলাৱ ‘অৰ্ণৱ’ ঘূৰ্ণীবতাহে?

আজি নিশা স্থলভাগত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৱে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ...