ৰাষ্ট্ৰীয়

৩১ জানুৱাৰীলৈকে নিৰ্বাচনী জনসভাৰ ওপৰত নিষেধাজ্ঞা

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৩১ মাৰ্চলৈ নিৰ্বাচন আয়োগে বৃদ্ধি কৰিছে নিষেধাজ্ঞা। অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰোড শ্ব’ আৰু ৰেলীৰ ওপৰত...

২০২২ৰ IPLত দেখা নাপাব এই সকল খেলুৱৈক

আই পি এলৰ Mega Auctionৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে। সকলো দলে ইতিমধ্যে তেওঁলোকৰ ৰাখিবলগীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে আনহাতে লীগত যোগদান কৰা দুয়োটা...

দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোকশুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কমসক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ...

আধাৰ কাৰ্ডখন নকল নহয়তো? কিদৰে জানিব আপোনাৰ আধাৰ আচল নে নকল ?

আধাৰ কাৰ্ডক লৈ প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাইছে। UIDAIৰ মতে যিকোনো ১২টা ডিজিটৰ সংখ্যা আধাৰ নম্বৰ নহয়। UIDAIৰ জাৰি কৰিছে সতৰ্কতা। আধাৰ কাৰ্ডখন আচল নে...

পুনৰ ৪ দিনৰ বাবে স্তব্ধ হ’ব বেংকৰ কাম-কাজ!

বেংক কৰ্মচাৰীসকলে ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েচনকে ধৰি বেংক কৰ্মচাৰীৰ একত্ৰিত...

Popular