ৰাষ্ট্ৰীয়

২৮ দিনীয়া নহয়, গ্ৰাহকক ৩০ দিনীয়া ৰিচাৰ্জ দিব লাগিব মোবাইল কোম্পানীয়ে

মোবাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ। মোবাইল কোম্পানীসমূহে এতিয়াৰে পৰা ৩০ দিনীয়া ৰিচাৰ্জ প্লেন প্ৰস্তুত কৰিব লাগিব। ৩০ দিনৰ বৈধতাৰ সৈতে নতুন প্ৰিপেইড প্লেনৰ...

গেলামালৰ দোকানত সুৰা বিক্ৰীৰ অনুমতি

সুৰাপায়ীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা গেলামাল বা খাদ্যসামগ্ৰীৰ বিপণী আৰু চুপাৰ মাৰ্কেটত কিনিব পাৰিব সুৰা। শ্বেল্ফ ইন শ্বপ নীতি অনুসৰি প্ৰথমবাৰলৈ ১,০০০ বৰ্গফুটতকৈ...

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হ’ব দেশৰ সকলো শিক্ষানুষ্ঠান। ক’ভিডৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ...

অব্যাহত থাকিব নৈশ সান্ধ্য আইন, সাপ্তাহিক কাৰ্ফিউ প্ৰত্যাহাৰ

কৰ’নাৰ সংক্ৰমণ হ্ৰাস!দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন প্ৰত্যাহাৰ৫০% আসনেৰে চিনেমা, ৰেস্তোৰাঁ মুকলিৰ অনুমতিপ্ৰত্যাহাৰ দোকান-বজাৰ খোলাৰ যুগ্ম-অযুগ্ম নীতি১০০% দোকানেই খোলাৰ অনুমতিঅব্যাহত থাকিব নৈশ সান্ধ্য আইন‍বিগত এসপ্তাহত...

IIT গুৱাহাটীত কেনেকৈ মৃত্যু ঘটিল মেধাৱী প্ৰশান্তৰ?

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা। ওড়িশাৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু। হিউমেনিটীজ এণ্ড ছচিয়েল চায়েঞ্চ বিষয়ত গৱেষণা কৰি থকা প্ৰশান্ত কুমাৰ আহোজাৰ অকাল...

Popular