ৰাষ্ট্ৰীয়

৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহ!

৭৫ কিলোমিটাৰ বেগেৰে আহি আছে ঘূৰ্ণী বতাহদক্ষিণ আন্দামান সাগৰৰ ওপৰেদি আহি আছে ঘূৰ্ণী বতাহদক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগোপসাগৰৰ উপকূলীয় অঞ্চলত পৰিব ঘূৰ্ণী বতাহৰ...

ভূটান সীমান্তৰ কৃষকৰ সংগ্ৰামৰ জীয়া ছবি, কেতিয়া আহিব ভাল দিন?

ৰাইজে নখ জোকাৰিলে নৈ বয়। নেতাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰয়। বাক্সাৰ ভাৰত–ভূটান সীমান্তৰ কৃষকৰ সংগ্ৰামৰ জীয়া ছবি। চৰকাৰী আঁচনিক আশা নকৰি এনেদৰে বান্ধ নিৰ্মাণ...

ভাৰতত পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ!

ভাৰতত গুৰুতৰ ৰূপ লৈছে লিংগ অসমানতাই। পুৰুষৰ তুলনাত কমি আহিছে মহিলাৰ জন্মৰ হাৰ। শেহতীয়াভাৱে প্ৰকাশ পাইছে এই তথ্য।কোন ৰাজ্যত কিমান পুৰুষ আৰু মহিলাৰ জন্মৰ...

‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’ছে কঢ়িয়ালে অসমলৈ সুনাম!

‘কাঁ’ চলচ্চিত্র মহোৎসৱত অসমৰ ছবিলৈ সন্মান। ৫খন চলচ্চিত্রৰ ভিতৰত অসমৰ ‘বাঘজান’ মনোনীত। COUNTRY OF HONOUR সন্মানৰ বাবে মনোনীত বাঘজান। জয়সিং জয় দহোটিয়াৰ দ্বাৰা নিৰ্মিত...

আজানৰ সময়ত বন্ধ ৰখা হ’ল লাউড স্পীকাৰ!

মুম্বাইৰ বিভিন্ন অঞ্চলৰ মছজিদসমূহত আজি পুৱা আজানৰ সময়ত বন্ধ ৰখা হ’ল লাউডস্পীকাৰসমূহ। মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ থাকৰেৰ নিৰ্দেশক্ৰমে বন্ধ ৰখা হয় মছজিদৰ এই...

Popular