অসমীয়া ভাষাই পালে GOOGLEৰ স্বীকৃতি

অৱশেষত GOOGLE TRANSLATORত সংযোজিত হ’ল অসমীয়া ভাষা। বুধবাৰে নিশা গুগল চাৰ্চ ইঞ্জিন কৰ্তৃপক্ষৰ তৰফৰ পৰা কৰা হ’ল এই ঘোষণা। অসমীয়া ভাষাকে ধৰি ৭টা অন্য ভাৰতীয় ভাষাক গুগল TRANSLATORত সংযোজিত কৰা হৈছে। এতিয়াৰে পৰা ইংৰাজী বা অন্য যিকোনো ভাষাক আপুনি অসমীয়া ভাষালৈ অনুবাদ কৰিব পাৰিব। গুগল অনুবাদলৈ সংযোজিত হোৱা ভাষাসমূহ হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডগ্ৰী, কোংকানী, মৈথেলী, মিজো আৰু মইতেই। উল্লেখ্য যে, বিশ্বত ২৪টা নতুন ভাষা গুগল TRANSLATORত সংযোজিত হৈছে তাৰেই ৮টা ভাষা ভাৰতবৰ্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...