ৰাষ্ট্ৰীয়

দিল্লীৰ পৰা ডুবাই অভিমুখী স্পাইচ জেটৰ বিমানৰ জৰুৰী অৱতৰণ

দিল্লীৰ পৰা ডুবাই অভিমুখী স্পাইচ জেটৰ বিমানৰ জৰুৰী অৱতৰণকৰাচীত জৰুৰীভাৱে অৱতৰণ কৰে যাত্ৰীবাহী বিমানখনেকাৰিকৰী বিজুতিৰ বাবে অৱতৰণ কৰিবলগীয়া হয় বিমানখনপুৱাৰ ভাগত দিল্লীৰ পৰা উৰা...

ছোনিয়া গান্ধীৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ছোনিয়া গান্ধীৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগধৰ্ষণৰ অভিযোগ পি পি মাধৱনৰ বিৰুদ্ধেঅভিযোগকাৰী এগৰাকী ২৬ বছৰীয়া দলিত মহিলামহিলাগৰাকীয়ে কাম কৰে কংগ্ৰেছ কাৰ্যালয়তঅভিযোগ অনুসৰি তেওঁক দিয়া...

প্ৰথমজন অসমীয়া! দেশৰ চোৰাংচোৱা শাখাৰ শীৰ্ষ পদত অসমীয়া IPS তপন ডেকা

তপন কুমাৰ ডেকা দেশৰ পৰৱৰ্তী আইবিৰ মুৰব্বী। ডাইৰেক্টৰেট অফ ইণ্টেলিজেঞ্চ ব্যুৰ’ৰ দায়িত্বত অসম সন্তান। IB ৰ চীফৰূপে নিযুক্ত অসম সন্তান তপন কুমাৰ ডেকাক নিযুক্তি...

বাংলাদেশত বানৰ তাণ্ডৱঃ প্ৰকৃতিৰ অভূতপূৰ্ব ৰুদ্ৰৰূপ

✒️অচিন্ত্য শৰ্মা অসমৰ লগতে চুবুৰীয়া বাংলাদেশতো শেহতীয়াভাবে দেখা দিছে অভূতপূৰ্ব বানে। দেশখনৰ প্ৰতি গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰে এতিয়া এটাই ভাষ্য - জীৱনকালত দেখা নাই এনে...

১৪জনীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন ব্যৱস্থাপনা সমিতিত সৰ্বানন্দ সোণোৱাল

দিল্লীত অধিক বৃদ্ধি পালে সৰ্বানন্দ সোণোৱালৰ দায়িত্ব আৰু গুৰুত্ব। ১৪জনীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন ব্যৱস্থাপনা সমিতিত অন্তৰ্ভুক্ত হ’ল সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱট এই সমিতিৰ অহ্বায়ক।...

Popular