হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে ৰাজপথত মহিলা কমাণ্ডো

সম্প্ৰসাৰিত হৈছে ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদ

ইখনৰ পিছত সিখন দেশলৈ বিয়পিছে বিক্ষোভৰ জুই

প্ৰতিবাদ দমনৰ নামত প্ৰাণ হেৰুৱাইছে ৬০ জনৰো অধিক লোকে

হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে ৰাজপথত মহিলা কমাণ্ডো

ৰাজহুৱা স্থানতে কাটি পেলায় নিজৰ দীঘল চুলি

ৰাজহুৱাকৈ জ্বলাই দিয়ে হিজাব

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ দেশ

মুহূৰ্ততে ইৰানৰ ৮০খন চহৰলৈ বিয়পি পৰে বিক্ষোভৰ জুই

কেবা হেজাৰ মহিলা কমাণ্ডো জপিয়াই পৰিছে প্ৰতিবাদকাৰীৰ ওপৰত

হিজাবধাৰী মহিলা কমাণ্ডোৰ হাতত আছে অত্যাধুনিক এছাল্ট ৰাইফল

ইৰানত মহিলাৰ সামাজিক স্থিতি কি?

ইৰানী মহিলাৰ কিয় এই হিজাব বিৰোধী প্ৰতিবাদ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...