ৰাষ্ট্ৰীয়

বিশ্বৰ ধনী অভিনেতা তালিকাৰ ৪ৰ্থ স্থানত শ্বাহৰুখ খান

বিশ্বৰ চতুৰ্থ বিত্তশালী অভিনেতা হিচাপে পৰিগণিত হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। হলিউডৰ আগশাৰীৰ অভিনেতা টম ক্ৰুজক চেৰ পেলাই চতুৰ্থ স্থানলৈ উন্নীত হ’ল শ্বাহৰুখ। শ্বাহৰুখৰ...

আহিল গংগা বিলাস; বাৰানসী আৰু ডিব্ৰুগড়ৰ মাজত যাতায়ত চলিব জলপথেৰে

এম ভি গংগা বিলাস এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী ব্যৱস্থাৰ মাজেৰে জাহাজেৰে ৫১ দিনত...

দেৱলীনা ভট্টাচাৰ্যৰ বিবাহ : কেনেকৈ লগ পাইছিল দৰা শ্বাহনাৱাজ শ্বেখক?

বিয়াৰ চৰ্চা চলিছে সাথ নিভানা সাথিয়াৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ। মঙলবাৰে ছ'চিয়েল মিডিয়াত দেৱলীনাৰ হালধি-মেহেন্দিৰ ফটো ভাইৰেল হৈছিল। বুধবাৰে কইনাৰ সাজত দেখা গ'ল দেৱলীনাৰ ফটো।...

বিশ্বৰ সৰ্ববৃহৎ ব্ৰেণ্ড হিচাপে পৰিগণিত হোৱা এখন সৰু বাৰ্গাৰ দোকানৰ কাহিনী

অম্লানজ্যোতি শইকীয়া প্ৰথম বিশ্বযুদ্ধৰ পিছৰ মন্দাৱস্থাৰ সময়ত নিউ হামচায়াৰৰ দুজন ভাতৃয়ে হলিউডৰ চিনেমা প্ৰযোজক হোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত তেওঁলোক কেলিফৰ্ণিয়ালৈ যায় আৰু চিনেমা হল...

উপৰ্যুপৰি পৰাজয়ঃ নিজদলৰ ভিতৰতে খলনায়ক মোদী

✒️অচিন্ত্য শৰ্মা গুজৰাটৰ সাফল্যই ঢাকিব পৰা নাই দিল্লী-হিমাচলত ব্যৰ্থতাৰ দুখদলৰ এটা মহলত চলিছে পাৰজয়ৰ নিৰ্মোহ বিশ্লেষণমোদীৰ পিনেই আঙুলি টোঁৱাইছে গৰিষ্ঠ সংখ্যক আদৰ্শনিষ্ঠ কৰ্মীয়ে মাত্ৰ ২৪ ঘণ্টাৰ...

Popular