ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীৰ নামৰ পিছত বহিল Prime Minister of Bharat

সমগ্ৰ বিশ্বত ভাৰতবৰ্ষক জনা গৈছিল INDIA বুলিINDIA নামৰ অস্তিত্বক লৈ আহিছে শংকাচৰকাৰী তথ্যত ASEAN সন্মিলনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক Prime Minister of Bharat বুলি উল্লেখ যুগ...

বিগত শতিকাত নাম সলনি হৈছে বিশ্বৰ বহু দেশৰ

আমাৰ দেশৰ নাম সলনিৰ প্ৰসংগত চলিছে ব্যাপক বিতৰ্কবিগত শতিকাত নাম সলনি হৈছে বিশ্বৰ বহু দেশৰ ইউৰোপ আৰু এছিয়া মহাদেশৰ সীমাৰ ভিতৰত থকা এখন দেশ হৈছে...

নৰেন্দ্র মোদী চৰকাৰে এই দিশতে আগবঢ়া বুলিছে চৰ্চা

আমাৰ দেশৰ আনুষ্ঠানিক নাম INDIAৰ সলনি ভাৰত হ’বগৈ নেকি?নৰেন্দ্র মোদী চৰকাৰে এই দিশতে আগবঢ়া বুলিছে চৰ্চাG-20 শীৰ্ষ সন্মিলনলৈ অহা ৰাষ্ট্রপ্রধানলৈ ৰাষ্ট্রপতিৰ আমন্ত্রণ পত্রৰ পাছতে...

ISROৰ ম’তে জোনবাইৰ মিছন সম্পূৰ্ণ সফল

জোনবাইৰ বক্ষত চন্দ্ৰনিশা নমাৰ লগে লগে শুই পৰিল প্ৰজ্ঞান ৰ’ভাৰএকেদৰেই জোনবাইৰ পৃষ্ঠত নিস্তব্ধ হৈ পৰি ৰ’ল বিক্ৰম লেণ্ডাৰইছৰোৰ ম’তে জোনবাইৰ মিছন সম্পূৰ্ণ সফলনিৰ্ধাৰিত সূচী...

প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি ৰূপায়ণত দেশৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ অসমৰ

এক অনবদ্য সাফল্য হিচাপে অসমে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰৰ আত্মনিৰ্ভৰ নিধি (পি এম স্বনিধি) আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। কালি প্ৰকাশিত তথ্য...

Popular