ৰাষ্ট্ৰীয়

উত্তৰাখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপিত UCC

Uniform Civil Codeৰ বাবেই বিধানসভাৰ বিশেষ অধিৱেশনবিধানসভাত বিধেয়কখন উত্থাপন কৰে CM পুষ্কৰ সিং ধামিয়েUCC সন্দৰ্ভত আলোচনাৰ বাবেই দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বচলিত বাজেট অধিৱেশনতে উত্থাপিত...

ৰাম মন্দিৰৰ পাছত UAEত চলিছে আন এক বিশাল মন্দিৰৰ প্ৰস্তুতি

ৰাম মন্দিৰৰ পাছত UAEত চলিছে আন এক বিশাল মন্দিৰৰ প্ৰস্তুতিপশ্চিম এছিয়াৰ বৃহত্তম মন্দিৰ স্থাপন হৈছে মধ্য-প্ৰাচ্যতUAEৰ ৰাজধানী আবু ধাবিৰ কাষত নিৰ্মাণ হৈছে BAPS হিন্দু...

৬৬ সংখ্যক গ্ৰেমী বঁটাৰে উজলিল ভাৰতীয় বেণ্ড ‘শক্তি’

সংগীত বিশ্বৰ অস্কাৰ ৰূপে প্ৰখ্যাত গ্ৰেমী বঁটাৰে উজ্বলিল ভাৰতৰ সংগীত আকাশৰ ৫ উজ্জ্বল নক্ষত্ৰ শংকৰ মহাদেৱন, জাকিৰ হুছেইন, ৰাকেশ চৌড়াশিয়া. ছেলভা গণেশ আৰু গণেশ...

গ্ৰেমী বঁটাত উজলিল ভাৰতৰ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন

২ বিশিষ্ট সংগীতজ্ঞৰ ‘শক্তি’ নামৰ বেণ্ডে আঁজুৰিলে বঁটাবেষ্ট গ্ল’বেল মিউজিক এলবাম জয় ‘শক্তি’ বেণ্ডৰদিজ ম’মেণ্ট শীৰ্ষক এলবামৰ বাবে গ্ৰেমী বঁটা লাভশংকৰ মহাদেৱন, বেণ্ডটোৰ সতীৰ্থ...

ৰামলীলাক বিকৃত কৰি আটক অধ্যাপকসহ, ৫শিক্ষাৰ্থী

এইবাৰ ৰামলীলাক বিকৃত কৰি আৰক্ষীৰ জালত পৰিল এজন অধ্যাপকসহ ৫জনকৈ শিক্ষাৰ্থী। ঘটনা পুনেৰ। ৰামলীলাক বিকৃত কৰাৰ অভিযোগত আটক হৈছে পুনে বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকসহ, ৫শিক্ষাৰ্থী।...

Popular