ৰাষ্ট্ৰীয়

৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰ ভেকচিন, এইকেইটা বৃহৎ ঘোষণা মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি কেইবাটাও বিশেষ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰ বয়সলৈ ভেকছিন প্ৰদানৰ কথা ঘোষণা...

বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প। ২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ...

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধিসংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থাদেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎমহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাটত নৈশ সান্ধ্য আইননৈশ...

ৰাজস্থানত MiG-21 দুৰ্ঘটনাগ্ৰস্ত, পাইলট হৰছিট সিঙৰ সিনহাৰ মৃত্যু

ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা...

গণসমাৱেশ বন্ধ কৰক; কেন্দ্ৰলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ

নিৰ্বাচনমুখী ৰাজ্যত সমাবেশ-সভা বন্ধ কৰককেন্দ্ৰক গণসমাৱেশ বন্ধ কৰাৰ আহ্বানঅমিক্ৰনৰ পৰিপ্ৰেক্ষিতত সকীয়নি এলাহাবাদ উচ্চ ন্যায়ালয়ৰভেকচিনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰি এই আহ্বানটিভি-বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰৰ...

Popular