ৰাষ্ট্ৰীয়

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ। পৰ্যায়ক্ৰমে মুকলি কৰি দিয়া হ’ব দেশৰ সকলো শিক্ষানুষ্ঠান। ক’ভিডৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ...

অব্যাহত থাকিব নৈশ সান্ধ্য আইন, সাপ্তাহিক কাৰ্ফিউ প্ৰত্যাহাৰ

কৰ’নাৰ সংক্ৰমণ হ্ৰাস!দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন প্ৰত্যাহাৰ৫০% আসনেৰে চিনেমা, ৰেস্তোৰাঁ মুকলিৰ অনুমতিপ্ৰত্যাহাৰ দোকান-বজাৰ খোলাৰ যুগ্ম-অযুগ্ম নীতি১০০% দোকানেই খোলাৰ অনুমতিঅব্যাহত থাকিব নৈশ সান্ধ্য আইন‍বিগত এসপ্তাহত...

IIT গুৱাহাটীত কেনেকৈ মৃত্যু ঘটিল মেধাৱী প্ৰশান্তৰ?

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা। ওড়িশাৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু। হিউমেনিটীজ এণ্ড ছচিয়েল চায়েঞ্চ বিষয়ত গৱেষণা কৰি থকা প্ৰশান্ত কুমাৰ আহোজাৰ অকাল...

টাটাৰ হাতলৈ এয়াৰ ইণ্ডিয়া, প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব টাটা গ্ৰুপৰ অধ্যক্ষই

• আজি নিশা টাটা গ্ৰুপে চমজি ল’ব এয়াৰ ইণ্ডিয়া• ৬৯ বছৰৰ পিছত টাটাৰ হাতলৈ পুনৰ এয়াৰ ইণ্ডিয়া• বিয়লিলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব টাটা গ্ৰুপৰ অধ্যক্ষই•...

চাকৰিৰ জুই, গণৰাজ্য দিৱসৰ দিনাই নিবনুৱাৰ উত্তাল প্ৰতিবাদ

আৰআৰবি-এনটিপিচিৰ ফলাফলত ৰিগিঙৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। উত্তৰ প্ৰদেশ-বিহাৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়। ক্ষুব্ধ শিক্ষাৰ্থীসকলে গয়া জংচনত ৰেলত জুই লগাই দিয়ে। অগ্নি সংযোগৰ...

Popular