মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৬জনৰ

দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু কাৰৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে একেটা পৰিয়ালৰে ৬জনকৈ লোক।

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথৰ ব্ৰজঘাট টোলপ্লাজাৰ সমীপত এই দুৰ্ঘটনা। দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণাকৃত হয় কাৰখন। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। এই ঘটনাত গুৰুতৰভাবে আহত এজনক মীৰাটৰ হাস্পতাললৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...