নিৰ্বাচনৰ মাজতে ১৪ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান

CAAৰ অধীনত দেশত প্ৰথমবাৰলৈ বিদেশীক প্ৰদান নাগৰিকত্ব। নিৰ্বাচনৰ মাজতে ১৪ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান। CAAৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ আবেদন কৰিছিল এই ১৪জনে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে ১৪ জন লোকক প্ৰদান কৰে নাগৰিকত্ব। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আবেদনকাৰীক দিলে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ। দেশজুৰি CAAৰ ইছ্যুক লৈ বিৰোধী সৰব হৈ থকাৰ মাজতে চৰকাৰৰ বৃহৎ পদক্ষেপ। শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত CAA বাতিল নহয় বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। প্ৰবল বিৰোধিতাৰ পিছতো ২০১৯ৰ ডিচেম্বৰত সংসদত গৃহীত হৈছিল CAA। ১১ মাৰ্চত দেশত বলৱৎ হৈছিল নাগৰিকত্ব সংশোধনী আইনৰ বিধি। অৱশেষত CAAৰ অধীনত নাগৰিত্ব প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...