নগাঁৱৰ SP আনন্দ মিশ্ৰক বদলি

শেহতীয়াকৈ বিতৰ্কৰ মাজত সোমাই পৰা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি। তাৎক্ষণিকভাৱে বদলি কৰি নগাঁৱৰ আৰক্ষী অধীক্ষকজনক তলব কৰা হৈছে আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়লৈ।

নগাঁৱত হোৱা ছাত্ৰ নেতাৰ এনকাউণ্টাৰক লৈ এজনীয়া তদন্ত কমিটীৰ প্ৰতিবেদনক আনন্দ মিশ্ৰই জনাইছিল প্ৰত্যাহ্বান। এই প্ৰতিবেদনক লৈ সংবাদমেল সম্বোধন কৰিছিল আনন্দ মিশ্ৰই। কীৰ্তিকমল বৰাক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলাইছিল। আৰক্ষী অধীক্ষকজনে ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা দিছিল কীৰ্তিকমলক। সমগ্ৰ ঘটনাটো ৰাজনীতিকৰণ কৰা হৈছে বুলি মন্তব্য কৰিছিল আনন্দ মিশ্ৰই। সাক্ষীৰ বিৰুদ্ধেও তথ্য প্ৰমাণ গতোৱাৰ হুংকাৰ দিছিল। আৰু এই সমগ্ৰ ঘটনাৰ পিছতে আৰক্ষী অধীক্ষকজনক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...