নাগালেণ্ডৰ ৬খন জিলাত নপৰিল এটাও ভোট

নাগালেণ্ডৰ ৬খন জিলাত নপৰিল এটাও ভোট। এই ৬খন জিলাত ভোট বৰ্জন কৰিলে ভোটাৰসকলে। ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনে দিছিল ভোট বৰ্জনৰ আহ্বান। ENPO হৈছে ৭টা জনজাতি সংগঠনৰ যুটীয়া গোট। এই ৬ জিলাক লৈ পৃথক ৰাজ্যৰ দাবী জনাই আহিছে সংগঠনটোৱে। দাবী পূৰণ নোহোৱাত সংগঠনটোৱে জনাইছিল বন্ধৰ আহ্বান। নাগালেণ্ডত আছে লোকসভাৰ এটা সমষ্টি। ভোটৰ দিনা আটাইকেইখন জিলাত স্বতঃৰ্ফূতভাৱে পালিত হয় বন্ধ। ভোট বৰ্জনৰ আহ্বান জনোৱা বাবে ENPOক জাননী নিৰ্বাচন আয়োগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...