ৰাজ্যৰ ৫ সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজিৰ পৰা আৰম্ভ গণতন্ত্ৰৰ বৃহৎ উৎসৱ
পুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
ৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
ভোটদান কেন্দ্ৰত পুৱাৰে পৰাই উখল-মাখল পৰিৱেশ
প্ৰথম পৰ্যায়ত ৮৬,৪৮,৮৭৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য
শোণিতপুৰ, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুৰুষ ভোটাৰ ৪২,৮২,৮৮৭ জন
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা ভোটাৰ ৪৩,৬৪,৮৫৯ গৰাকী
১২৩ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত
১০,০০১টা ভোটকেন্দ্ৰৰ ৫,৫০৯টা ভোটকেন্দ্ৰত আছে ৱেব কাষ্টিং
প্ৰতিটো ভোটকেন্দ্ৰত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী
চিনাক্ত কৰা হৈছে স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ কেন্দ্ৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...