সাংসদ নৱ শৰণীয়াৰ মনোনয়ন বাতিল

কোকৰাঝাৰৰ সংসদীয় ৰাজনীতি অপ্ৰাসংগিক হৈ পৰিল নৱ শৰণীয়া। ’২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব শৰণীয়াই। সাংসদ নৱ শৰণীয়াৰ মনোনয়ন বাতিল। জাতিগত প্ৰমাণ পত্ৰ বিসংগতিৰ বাবে বাতিল মনোনয়ন। শপতনামাত নিজকে ৰাভা জনগোষ্ঠীৰ বুলি উল্লেখ কৰিছিল শৰণীয়াই। পূৰ্বে উচ্চ ন্যায়ালয়ে শৰণীয়াক বড়ো কছাৰী নহয় বুলি দিছিল ৰায়। পূৰ্বে উচ্চ ন্যায়ালয়ে শৰণীয়াক বড়ো কছাৰী নহয় বুলি দিছিল ৰায়। ন্যায়ালয়ৰ ৰায়ৰ পিছতে মনোনয়নত ৰাভা জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ দিছিল । নলবাৰীৰ আয়ুক্ত কাৰ্যালয়ৰ অনুসন্ধানত সেই প্ৰমাণ পত্ৰও ভুৱা বুলি প্ৰমাণিত হৈছিল। নিৰ্বাচন আয়োগে প্ৰমাণ পত্ৰৰ বৈধতা প্ৰমাণৰ বাবে দিছিল ২৪ ঘণ্টাৰ সময়। দেওবাৰে নিৰ্ধাৰণ কৰা হৈছিল জাতি প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ দিন। নিজকে ৰাভা জনগোষ্ঠীৰ বুলিও প্ৰমাণ কৰিব নোৱাৰিলে শৰণীয়া

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...