দাঁতৰ বিষৰ বাবে অত্যন্ত উপকাৰী শিলিখা, কি কি ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই?

শিলিখাৰ উপকাৰিতা জানেনে? শিলিখা হৈছে এনে এবিধ ফল, য’ত আছে বহু ঔষধি গুণাগুণ। বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই। শিলিখা এলাৰ্জীৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ। চুলিৰ ক্ষেত্ৰটো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কৌষ্ঠকাঠিন্যও দূৰ কৰে শিলিখাই। শিলিখা নিমখৰ লগত খালে কফৰ সমস্যা দূৰ হয়। কাঁহ, প্ৰমেহ, কৃমি, জ্বৰ, পেটফুলা, খজুৱতি, মূত্ৰাঘাত আদিৰ বাবে শিলিখা হৈছে মহৌষধ।

NKTV Digital
Author: NKTV Digital

589 COMMENTS

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...