পুনৰ অধিনায়কৰ দায়িত্বত এম এছ ধোনী

পুনৰ চেন্নাই চুপাৰ কিংশৰ দায়িত্ব ল’ব মহেন্দ্ৰ সিঙ ধোনীয়ে। ৰবীন্দ্ৰ জাদেজাই দিজৰ খেলত আৰু অধিক মনোযোগ দিবলৈ আৰু মনোনিৱেশ কৰিবৰ বাবে অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

এম এছ ধোনীক পুনৰ অধিনায়কৰ দায়িত্ব লবলৈ অনুৰোধ জনাইছে চিএছকে ফ্ৰেঞ্চাইজিটোৱে। আই পি এল ২০২২ত চিএছকে দলটোৱে আঠখন খেলৰ ভিতৰত ছয়খন খেল হেৰুৱাইছে।

আনহাতে ধোনীয়ে বৃহত্তৰ দলটোৰ স্বাৰ্থত আৰু জাদেজাই যাতে ভালদৰে খেলসমূহত মনোনিৱেশ কৰিব পাৰে তাৰ বাবে দলটোৰ দায়িত্ব ল’বলৈ সাজু হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...