পুত্ৰৰ মৃত্যু সংবাদৰ শোক সহিব নোৱাৰি মৃত্যু মাতৃৰো

মাতৃ আৰু সন্তানৰ সম্পৰ্ক আমৃত্যু একেই থাকে। সময় সলনি হয়, বাহ্যিক কিছু পাৰিপাৰ্শ্বিকতাত সম্পকৰ্ৰ উত্তাপৰো হীন-দেঢ়ি ঘটে। কিন্তু সন্তানৰ প্ৰতি মাতৃৰ যি টান, সেয়া সময়ৰ সোঁতত উটি যোৱা মেটেকাৰ দৰে নহয়। এই কথাকেই পুনৰবাৰ প্ৰমাণ কৰিলে দেৰগাঁৱৰ এক অতি মৰ্মান্তিক ঘটনাই।

https://www.youtube.com/watch?v=Blt2O7CSd3s
NKTV Digital
Author: NKTV Digital

280 COMMENTS

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...