কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব। জাননী নিদিয়াকৈ বা অনুমতি নোলোৱাকৈ জিলা এৰি গ’লে ব্যৱস্থা ল’ব উপায়ুক্তই। মৰিগাঁও জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা। কোনো বিষয়াই বিনা অনুমতিত জিলা এৰি যাব নোৱাৰিব। জাননী অবিহনে বা অনুমতি নোলোৱাকৈ জিলাৰ বাহিৰত থাকিলে চৰকাৰী নিয়ম অনুযায়ী কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা মৰিগাঁও জিলা উপায়ুক্তৰ।