বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিৱেশন কৰিলে স্বৰচিত গীত

মৰিগাঁও দিৱসত নিজৰ স্বৰচিত গীত পৰিৱেশন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। এইবাৰ গায়কৰ ৰূপত মৰিগাঁৱৰ বিজেপি বিধায়কজন। নিশা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত পৰিৱেশন কৰিলে নিজৰ গীত।

পূৰ্বেও ভাষণৰ মাজত জনপ্ৰিয় শিল্পীৰ গীতৰ কথা উল্লেখ কৰে বিধায়কজনে। মাজে মাজে বিভিন্ন শিল্পীৰ গীতো গুণগুণায় বিজেপি বিধায়কজনে। কিন্তু এইবাৰ নিজেই সৃষ্টি কৰি পৰিৱেশন কৰিলে নিজৰ গীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...