৫ জনতকৈ অধিক সমবেত হব নোৱাৰিব!

তিনিচুকীয়া জিলাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ।

এতিয়াৰে পৰা জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা, জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ ।

ইফালে ৰাজহুৱা স্থানত উচ্চ স্বৰত মাইক বজোৱা, ৰাজহুৱা স্থানত লাঠি, অস্ত্ৰ লৈ থকা, জোঁৰ সমদল বাহিৰ কৰা বলপূৰ্বক চাণ্ডা সংগ্ৰহ কৰা আদিৰ ক্ষেত্ৰতো নিশেধাজ্ঞা প্ৰশাসনৰ ।

১৪৪ ধাৰা চলি থকাৰ সময়ত কোনো লোকে নিয়ম ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি অনুসৰি ১৮৮ ধাৰাৰে দণ্ডিত হ’ব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে জিলা দণ্ডাধীশ নাৰছিং পৱাৰৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনা পত্ৰখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...