কিদৰে মৃত্যু ঘটিল সুন্দৰী চেছলী খ্ৰীষ্টৰ?

চেছলী খ্ৰীষ্টৰৰ মৃত্যুক লৈ হৈ চৈ। মিছ USA ২০১৯ৰ খিতাপ বিজয়ী চেছলী খ্ৰীষ্টৰ কৰুণ মৃত্যু। নিউয়ৰ্ক চহৰৰ এটা ৬০ মহলীয়া অট্টালিকাৰ পৰা পৰি কৰুণ মৃত্যু মডেলগৰীকীৰ। মাত্ৰ ৩০ বছৰ বয়সতে কৰুণ মৃত্যু চেছলী খ্ৰীষ্টৰ। ঘটনাটোৰ পিছত, মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ বিজয়ী হৰনাজ কৌৰৰ শ্ৰদ্ধাঞ্জলি। মডেলগৰীকীয়ে আত্মহত্যা কৰাৰো সন্দেহ একাংশৰ। NYPDৰ এগৰাকী প্ৰবক্তাৰ মতে-চেছলী খ্ৰীষ্টে আত্মহত্যা কৰিব পাৰে। অট্টালিকাটোৰ ৯ মহলাত বাস কৰিছিল মডেল চেছলী খ্ৰীষ্ট। কিন্ত বৰ্তমানো মৃত্যুৰ কাৰণ স্পষ্ট কৰা নাই চিকিৎসকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...