ৰাজ্যৰ প্রশাসনিক ক্ষেত্রত ব্যাপক সালসলনি

  • IAS নাৰায়ণ কোঁৱৰক বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্ব
  • বিভাগটোৰ সচিব হিচাপে নিযুক্তি কোঁৱৰক
  • তিনিচুকীয়াৰ DC পি এন ছম্ভাজিক বিত্তৰ সচিব হিচাপে বদলি
  • বিত্তৰ সচিব স্বপ্নিল পলক তিনিচুকীয়াৰ DC হিচাপে বদলি
  • IAS জি ডি হেলিনক তিতাবৰৰ পৰা বদলি
  • বিত্তৰ উপ সচিব হিচাপে নিযুক্ত জি ডি হেলিন
  • IAS আৰ কে গুপ্তাক তিতাবৰলৈ বদলি
  • ৰাজ্যৰ গৃহ-ৰাজনৈতিক বিভাগৰ উপ সচিব আছিল গুপ্তা
  • IAS জে আৰ সুৰেশক ৰঙিয়াৰ পৰা বদল
  • GAD বিভাগৰ উপ সচিব হিচাপে নিযুক্ত জে আৰ সুৰেশ
  • কামৰূপ(মঃ)ৰ ADC, IAS জয় শিৱানীক বিশ্বনাথলৈ বদলি
  • IPS শিলাদিত্য চেতিয়াক গৃহ-ৰাজনৈতিক বিভাগৰ সচিব হিচাপে বদলি
  • ৪ৰ্থ APBNৰ কমাণ্ডিং অফিচাৰ আছিল শিলাদিত্য চেতিয়া
  • IPS গৌৰৱ উপাধ্যায়ক ASDMAৰ সঞ্চালক হিচাপে বদলি
  • অসম আৰক্ষীৰ বিশেষ শাখাৰ SP আছিল গৌৰৱ উপাধ্যায়
  • মাজুলীৰ উপায়ুক্ত পুলক মহন্তকো বদলি
  • যোৰহাটৰ নতুন উপায়ুক্ত হ’ব পুলক মহন্ত
  • ACS চৌভেৰী বৰকাকতি শৰ্মা হ’ব মাজুলীৰ নতুন উপায়ুক্ত
  • পূৰ্বে বজালীৰ SDO আছিল চৌভেৰী বৰকাকতি শৰ্মা
  • ACS পল্লৱী ফুকনক ধেমাজিৰ উপায়ুক্ত হিচাপে বদলি
  • ACS সীমান্ত কুমাৰ দাস হ’ব ডিমা হাছাওৰ নতুন উপায়ুক্ত
  • ACS বিদ্যুৎ বিকাশ দাস হ’ব দক্ষিণ শালমাৰাৰ নতুন উপায়ুক্ত
  • পূৰ্বে তামুলপুৰৰ SDO আছিল বিদ্যুৎ বিকাশ দাস
  • ACS মুনীন্দ্র নাথ নাটে হ’ব দৰঙৰ নতুন উপায়ুক্ত
  • পূৰ্বে বিশ্বানাথৰ SDO আছিল মুনীন্দ্র নাথ নাটে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...