আজি মাজুলীয়ে কান্দিছে!

আজি তেজস্বিতাৰ তিলনী। নদীত অৰ্পন কৰা হ’ল দশ পিণ্ডৰ প্ৰথম ভাগ। নিজ কন্যাৰ তিলনীৰ কাম-কাজ চকুৰ আগতে প্ৰত্যক্ষ কৰিলে এজন অসহায় পিতৃয়ে। সেই কৰুণ, নিদাৰুণ দৃশ্য দেখি বুকুত ক’ৰবাত বিষ উঠিব আপোনাৰো। চিৰ বঞ্চিত মাজুলীবাসীৰ বাবে পৰ্যাপ্ত চিকিত্সা ব্যৱস্থাৰ অভাৱতে বৰনদীৰ বুকুত এতিয়া এইদৰেই একলা দুকলাকৈ খহি গৈছে বহু জীয়া সপোন। অসহায় হৈ মাজুলীয়ে আজি কেৱল কান্দিছে আৰু কান্দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...