সাগৰীয় ঘূৰ্ণি ‘ফেনজল’ৰ শেহতীয়া প্ৰতিটো UPDATE কেৱল NKTV PLUSত

দক্ষিণৰ উপকূলীয় অঞ্চলত খুন্দা মাৰিছে সাগৰীয় ঘূৰ্ণি ‘ফেনজল’এ। ‘ফেনজল’ৰ প্ৰভাৱত ধাৰাসাৰ বৃষ্টিপাত তামিলনাডু, পুডুছেৰীত। প্ৰায় ৭০–৮০ কিঃমিঃ বেগত ফেনজলে খুন্দামাৰে উপকূলীয় অঞ্চলত। দুয়োখন ৰাজ্যতে কম-বেছি পৰিমাণে ক্ষয়–ক্ষতি হৈছে ফেনজলৰ প্ৰভাৱত। ফেনজলে খুন্দা মৰাৰ ফলত তামিলনাডু, পুডুছেৰীত সতৰ্কতা জাৰি। পশ্চিমবংগৰো ২৪ পৰগনা, পূব মেদিনীপুৰত বৃষ্টিপাতৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...