ভয়াৱহ ৰে’ল দুৰ্ঘটনাই দেশত পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা, হাহাকাৰ পৰিস্থিতি

দেশত পুনৰ সংঘটিত হ’ল ভয়াৱহ ৰে’ল দুৰ্ঘটনা। ওড়িশাৰ কটকত লাইনচ্যুত কামাখ্যা এক্সপ্ৰেছ। লাইনচ্যুত হয় ৰে’লখনৰ কেইবাটাও দবা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭জনকৈ লোক। ঘটনাৰ পিছতে সৃষ্টি হয় আতংকময় পৰিৱেশৰ। আতংকিত হৈ যাত্ৰীসকল ওলাই আহে দবাৰ পৰা। বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখী আছিল ৰে’লখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...