ভয়াৱহ ৰে’ল দুৰ্ঘটনাই দেশত পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা, হাহাকাৰ পৰিস্থিতি

দেশত পুনৰ সংঘটিত হ’ল ভয়াৱহ ৰে’ল দুৰ্ঘটনা। ওড়িশাৰ কটকত লাইনচ্যুত কামাখ্যা এক্সপ্ৰেছ। লাইনচ্যুত হয় ৰে’লখনৰ কেইবাটাও দবা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৭জনকৈ লোক। ঘটনাৰ পিছতে সৃষ্টি হয় আতংকময় পৰিৱেশৰ। আতংকিত হৈ যাত্ৰীসকল ওলাই আহে দবাৰ পৰা। বেংগালুৰুৰ পৰা কামাখ্যা অভিমুখী আছিল ৰে’লখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...