২৪ ঘণ্টাত মাত্ৰ দুজন ব্যক্তিৰ দেহত ক’ভিড!

অসমত ইতিহাস হোৱাৰ দিশে ক’ভিড। যোৱা ২৪ ঘণ্টাত মাত্ৰ দুজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ৰাজ্যত মুঠ ২,৩৫০গৰাকী লোকে ক’ভিড পৰীক্ষা কৰিছিল যদিও ইয়াৰ দুগৰাকীৰ দেহতহে পোৱা গৈছে ক’ভিড ভাইৰাছ। ২৪ ঘণ্টাত অসমত এজনো লোকৰ ক’ভিডত মৃত্যু হোৱা নাই। শুকুৰবাৰে ৯জন লোক আক্ৰান্ত হৈছিল ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...