ক’ভিডশূন্য হোৱাৰ দিশে অসম!

ক’ভিডশূন্য হোৱাৰ দিশে অসম! বিগত ২৪ ঘণ্টাত অসমত ছজন লোক আক্ৰান্ত হৈছে ক’ভিডত। কামৰূপ(ম) জিলাত দুজন লোক আক্ৰান্ত হৈছে। মুঠ ৩,০৬২গৰাকী লোকে ক’ভিড টেষ্ট কৰিছিল। আনহাতে, যোৱা ২৪ ঘণ্টাত এজনো লোকৰ মৃত্যু হোৱা নাই। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৮৮ শতাংশ। বুধবাৰে অসমত মুঠ ৯জন লোক আক্ৰান্ত হৈছে ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...