২৪ ঘণ্টাত ক’ভিডত ১৯গৰাকীৰ মৃত্যু

•ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাই আহিছে ক’ভিডৰ সংক্ৰমণ
•সোমবাৰৰ দিনটোত ৪.৬৬ শতাংশ লৈ হ্ৰাস পাইছে সংক্ৰমণ ৰ হাৰ
•৩৮,৮৩৭ টেষ্টৰ বিপৰীতে আক্ৰান্ত ১,৮১১ গৰাকী
•কেৱল গুৱাহাটী মহানগৰীত আক্ৰান্ত ৩৮৯ গৰাকী
•অৱশ্যে এতিয়াও হ্ৰাস পোৱা নাই মৃত্যুৰ সংখ্যা
•সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত মৃত্যু ১৯ গৰাকীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...