বেদখলকাৰীৰ কবলত চ্যুকাফাৰ সমাধিক্ষেত্ৰ

বেদখলকাৰীৰ কবলত চ্যুকাফাৰ সমাধিক্ষেত্ৰ। আজিও অৱহেলিত চাওল্যু চ্যুকাফা মৈদাম। কাণসাৰ নাই ৰজাঘৰীয়াৰ। সাতৰাজ সামৰি একৰাজ কৰি বৰ অসমৰ ভেটি গঢ়িছিল স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই। ম্যুং মাও পাৰ হৈ ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰপীঠত প্ৰৱেশ কৰি ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথমে স্থাপন কৰিছিল স্থায়ী ৰাজধানী।

অসমীয়া জাতি গঢ়া চাওল্যু চ্যুকাফাৰ মৈদাম আজিও অৱহেলিত। ২০১৫ বৰ্ষত বুৰঞ্জীৰ তথ্যৰ আধাৰত লাংকুৰি দেওশালৰ উত্তৰ দিশত উদ্ধাৰ কৰি তিনিটাকৈ মৈদাম। ইয়াৰে প্ৰথমটো মৈদাম চাওল্যু চ্যুকাফাৰ বুলি চিনাক্ত কৰা হৈছে। কিন্তু পৰিতাপৰ কথা আজিলৈকে সংৰক্ষণৰ অভাৱত জহি খহি গৈছে চ্যুকাফা মৈদাম। ধ্বংসৰ গৰাহত চ্যুকাফাৰ সমাধি স্থল।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...