কোকৰাঝাৰৰ দুই নাবালিকাৰ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ দোষীক শাস্তি ঘোষণা

ৰাজ্য কপাঁই যোৱা কোকৰাঝাৰৰ দুই নাবালিকাৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আজি ৰায়দন প্ৰদান কৰে কোকৰাঝাৰ ছেছন আদালতে। তিনি পাষণ্ড ক্ৰমে মুজাম্মেল শ্বেখ, নছিবুল আলি শ্বেখ আৰু ফৰিজুল ৰহমানক মৃত্যুদণ্ডৰ ৰায় দিয়ে চি চতুৰ্বেদীৰ আদালতে। বিগত বছৰৰ ১০ জুনত দুই নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কোকৰাঝাৰৰ অভয়াকুটিত।

ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ভুক্তভোগী পৰিয়ালটোক সাক্ষাত কৰিছিল। আৰু কোকৰাঝাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰৰ নেতৃত্বত তদন্ত কৰা হৈছিল সম্পূৰ্ণ বিষয়টো।

আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ পৰিয়াৰ লগতে কোকৰাঝাৰ আভয়াকুটিৰ সাধাৰণ জনতাৰো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...