৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ সকলোকে দিয়া হ’ব ভেকচিন

NHMৰ মুখ্য কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল
গুৱাহাটীৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ এই সংবাদমেল
সমগ্ৰ ৰাজ্যতে ক’ভিড সংক্ৰমণৰ তথ্য বিশ্লেষণ
‘সম্প্ৰতি নলবাৰীত সংক্ৰমণ আটাইতকৈ বেছি, লখিমপুৰত কম’
‘গুৱাহাটীত এতিয়াও সংক্ৰমণ হ্ৰাস পোৱা নাই’
অহা ৩ দিনত গুৱাহাটীৰ ঘৰে ঘৰে ভেকচিন সম্পৰ্কীয় সমীক্ষা
ভেকচিন লোৱা-নোলোৱা সম্পৰ্কে সংগ্ৰহ কৰা হ’ব তথ্য
ভেকচিন নোলোৱা লোকক ২৫ আগষ্টৰ পৰা দিয়া হ’ব ভেকচিন
‘গুৱাহাটীৰ সকলোকে ৩১ আগষ্টৰ ভিতৰত ভেকচিন দিয়া হ’ব’
‘এই অভিযানৰ নেতৃত্বত থাকিব কামৰূপ মহানগৰৰ উপায়ুক্ত’
‘গুৱাহাটীৰ ৪৫৬টা স্থানত উপলব্ধ হ’ব ভেকচিন’
‘প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ভেকচিন লোৱা বাধ্যতামূলক’
‘থাকিব লাগিব ভেকচিন লোৱা চাৰ্টিফিকেট, মাস্ক বাধ্যতামূলক’
‘এই বিধি উলংঘা কৰিলে কঠোৰ হ’ব চৰকাৰ’
গুৱাহাটীৰ ক’ভিড ভেকচিন নোপোৱাসকলৰ বাবে বিশেষ হেল্পলাইন
ভেকচিন নোপোৱাসকলে মিছ্ড কল দিব পাৰিব 8929103776 নম্বৰত
মিছ্ড কল দিওঁতাক যোগাযোগ কৰিব স্বাস্থ্যকৰ্মীয়ে
সংশ্লিষ্ট লোকজনক টিকাকৰণৰ স্থান-তাৰিখ জনাব স্বাস্থ্যকৰ্মীয়ে
সাংবাদিকৰ প্ৰশ্ন সাধাৰণ জনতাৰ বাবেহে ক’ভিড বিধি কিয়?
প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সংবাদমেল ত্যাগ মন্ত্ৰী কেশৱ মহন্তৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...