আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষ। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ন-ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ। আটকধুনীয়াকৈ সজাই তোলা হৈছে অতিথিশালা। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুকলি কৰিব উদ্যানৰ দ্বাৰ। উদ্যান মুকলিৰ পূৰ্বে জীপ ছাফাৰী সন্থাৰ কাৰ্যালয় মুকলি কৰিব বনমন্ত্ৰীয়ে। উপস্থিত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ। উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা। ইতিমধ্যে কাজিৰঙাত ভিৰ বহু দেশী–বিদেশী পৰ্যটকৰ। পূৰ্বতকৈ অধিক পৰ্যটক আগমনৰ আশা উদ্যান কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...