চৰকাৰী বাসভৱনতে IPS বিষয়াক হত্যা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণৰ মাজতে জম্মু–কাশ্মীৰত ভয়ংকৰ ঘটনা। কাৰাগাৰ শাখাৰ আৰক্ষী সঞ্চালক হেমন্ত কুমাৰ লোহিয়াক নিজৰ চৰকাৰী বাসভৱনত নৃশংস হত্যা। IPS লোহিয়াক ঘৰৰ বনকৰা যুৱকেই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। চোকা অস্ত্ৰৰে IPS বিষয়াগৰাকীৰ ডিঙি কাটি দিয়া হৈছিল আৰু তাৰ পিছত জ্বলাই দিয়া হৈছিল মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...