আন্তঃৰাষ্ট্ৰীয়

নেপালত ৫.৬ প্ৰাবল্যৰ ভূমিকম্প! দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰতো অনুভূত হয় জোকাৰণি

মঙলবাৰে পুৱাই ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল পূব নেপাল। নেপালৰ কোশী প্ৰদেশৰ চীন সীমান্তৰ সমীপত সংঘটিত হয় ৫.৬ প্ৰাবল্যৰ ভূমিকম্প। ভূমিকম্পৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত...

যিকোনো মুহূৰ্ততে হৃদৰোগত আক্ৰান্ত হ’ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান! নিয়ন্ত্ৰণহীন ৰক্তচাপ, সংকটজনক স্বাস্থ্যৰ অৱস্থা, জৰুৰী চিকিৎসা নাপালে হৃদযন্ত্ৰ আৰু বৃক্ক বিকল হোৱাৰ আশংকা...

অৱিলম্বে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে হৃদযন্ত্ৰ আৰু বৃক্ক বিকল হ’ব পাৰে বুলি সতৰ্ক কৰি দিছে চিকিৎসকসকলে। কাৰাগাৰত বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ক্ৰিকেট দলৰ...

ভাৰত-নেপালৰ মাজত ৮খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ, ৬৬৯ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পসহ একাধিক উন্নয়নমূলক পদক্ষেপ

স্বাস্থ্য, পৰম্পৰাগত চিকিৎসা, মহাকাশ প্ৰযুক্তি, নিৰাপত্তা, আন্তঃগাঁথনি আৰু জলবিদ্যুৎ খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু নেপালৰ মাজত স্বাক্ষৰিত হ’ল ৮খন গুৰুত্বপূৰ্ণ চুক্তি। সোমবাৰে নতুন...

ইণ্ডোনেছিয়াৰ কেণ্ডি ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহতৰ সংখ্যা ২৪লৈ বৃদ্ধি, সন্ধানহীন ২৯জন

ইণ্ডোনেছিয়াৰ এটা কেণ্ডি প্ৰস্তুতকাৰী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহতৰ সংখ্যা বৃদ্ধি পাই ২৪জনলৈ হৈছে। আনহাতে, সোমবাৰে পুৱালৈকে সন্ধানহীন হৈ আছে কমেও...

বিসলেৰীৰ পানীত ‘বিপজ্জনক’ ৰাসায়নিক পদাৰ্থৰ উপস্থিতি; FSSAIৰ অভিযোগৰ পিছতে স্পষ্টীকৰণ বিসলেৰী ইণ্টাৰনেশ্যনেলৰ

বজাৰত বহুলভাৱে পৰিচিত বটলজাত খোৱাপানীৰ ব্ৰেণ্ড বিসলেৰী (Bisleri)ৰ পানীৰ নমুনা পৰীক্ষাত বিপজ্জনক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে। দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা FSSAI-এ উক্ত...

Popular